সোণাৰি: চৰাইদেউ মথুৰাপুৰত বাগিচা প্রাথমিক বিদ্যালয়ত মথুৰাপুৰ বহাগী বিদায় উদযাপন সমিতি গঠন সম্পন্ন ৷
মথুৰাপুৰত পঞ্চদশ বহাগী বহাগী বিদায় উদযাপন সমিতি মথুৰাপুৰ বাগিচা প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷উক্ত ৰাজহুৱা সভাত প্ৰণৱ বৰগোঁহাইক সভাপতি হিচাপে মৃগেন গগৈ আৰু নীলম নেত্ৰ নেওগক কায্যকৰী সভাপতি, দ্বীপেন ফুকনক সম্পাদক, দীপজ্যোতি বৰগোঁহাইক বিত্ত সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন সম্পন্ন ৷