Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
कांग्रेस
बीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
महिला
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
स्कूल

গোৰেশ্বৰ ভাগ: তামুলপুৰ জিলাত বিজেপিৰ তিনিখনকৈ বিজয় সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

Goreswar Part, Baksa | Aug 3, 2025
তামুলপুৰ জিলাত দেওবাৰে তিনিখনকৈ বিজেপি দলৰ বিজয় সংকল্প যাত্ৰাৰ কাৰ্যসুচীত অংশ গ্ৰহণ কৰে।আবেলি ৪ মান বজাত শুক্লাই চেৰফাঙত সামৰণি পেলায় বিজয় সংকল্প যাত্ৰাৰ দিনটোৰ কাৰ্যসুচী।মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বিটিআৰৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ পিছতে নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ পিছতে শেষৰখন শুক্লাই চেৰফাঙত অনুষ্ঠিত হোৱা বিজেপিৰ বিজয় সংকল্প যাত্ৰাত দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেবাজনো বিজেপি নেতা উপস্থিত থাকে।

MORE NEWS

গোৰেশ্বৰ ভাগ: তামুলপুৰ জিলাত বিজেপিৰ তিনিখনকৈ বিজয় সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই - Goreswar Part News