গোলকগঞ্জ আৰু আগমনি বল্ক যুৱ কংগ্রেছ উদ্যোগত দুয়োটা কমিটিৰ কার্যনির্বাহক সভা অনুষ্ঠিত হয় আগমণি কংগ্ৰেছৰ কাৰ্যালয়ৰ সভা কক্ষত ৷ উক্ত সভাত জিলা যুৱ কংগ্ৰেছৰ সভাপতি, গোলকগঞ্জ সমষ্টি আৰু গৌৰীপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ Incharge Pinku_Moni_Choudhury উপস্থিত থকাৰ উপৰিও ৰাজ্যিক ,জিলা,ব্লক কংগ্ৰেছৰ নেতা সকল উপস্থিত থাকে।