নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত আটাইকেইটা মৰ্চাৰ জিলা সভাপতি সকলক আদৰণি জনায় নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱাই। অনুষ্ঠানটোত উপস্থিত থাকে জিলা বিজেপিৰ উপ-সভাপতি ক্ৰমে প্ৰতুল কলিতা আৰু অজিতা বৰ্মণ, মোহিনী ডেকা সাধাৰণ সম্পাদকদ্বয়ক্ৰমে পুলক শৰ্মা আৰু লক্ষী কলিতাৰ লগতে নৱনিৰ্বাচিত সভাপতি সম্বন্বিতে উপস্থিত কাৰ্যকৰ্তাসকলক সম্বোধন কৰি জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱাই নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে দলৰ সেৱাত সকলো স্