নলবাৰীৰ টিহু বিধানসভা সমষ্টিত চামতাস্থিত কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হয় স্বাস্থ্য শিবিৰ,উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।ৰোগমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে ১৮ বছৰ অনুৰ্দ্ধৰ শিশু তথা কিশোৰ কিশোৰীৰ চিকিৎসাৰ বাবে বিশেষ শিবিৰৰ আয়োজন ৰাজ্য চৰকাৰৰ। সমষ্টিয়ে সমষ্টিয়ে শিশু তথা কিশোৰ-কিশোৰীক ৰোগমুক্ত কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই বৃহৎ শিবিৰৰ। নলবাৰীৰ টিহু বিধানসভা সমষ্টিত শুক্ৰবাৰে অনুষ্ঠিত হৈছে এই শিবিৰ। সমষ্টিতোৰ প্ৰায় ৩০০০ ৰো অধিক ৰোগী উপস্থিত হয় এই শিবিৰত। দিনজোৰা কাৰ্