Public App Logo
Jansamasya
News
पुलिस
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
Haryana
No video available

চাপৰ ভাগ: চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা, তীব্ৰ বেগি বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত এজন পথচাৰী

Chapar Part, Dhubri | May 11, 2025
চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা। তীব্ৰ বেগি বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত এজন পথচাৰী।পথচাৰীজনৰ নাম মন্টু নম:দাস একলাপাৰাৰ বুলি জানিব পৰা গৈছে।ঘটনা স্থলীত উপস্থিত শালকোচা আৰক্ষী। দূৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 19 M 1406 .বাইক আৰোহীজন ও আঘাতপ্ৰাপ্ত হয় যদিও তেওঁৰ নাম জানিব পৰা হোৱা নাই।