Public App Logo
Jansamasya
National
Haryana
Pmmsy
Matsyasampadasesamriddhi
���ीएसटी
Cybersecurityawareness
Nextgengst
Fidfimpact
Happydiwali
Diwali2025
Railinfra4andhrapradesh
Responsiblerailyatri
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat

বৰপেটা: জিলা আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সভাপতিত্বত আয়ুক্ত ৰোহণ কুমাৰ ঝাৰ উপস্থিতিত ৰাস পৰিচালনা সমিতি সমুহৰ সভা

Barpeta, Barpeta | Oct 30, 2025
বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ত বৃহস্পকিবাৰে হাউলী ৰাস পৰিচালনা সমিতি, বৰপেটাৰোড ৰাস পৰিচালনা সমিতি, নগাঁ‌ও ৰাস পৰিচালনা সমিতি আৰু বনিয়াকুছি ৰাস উদযাপন সমিতিৰ বিষয়ববীয়াসকল সৈতে এখন সভা অনুষ্ঠিত হয় ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা আয়ুক্ত ৰোহন কুমাৰ ঝী সহিতে জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত আগন্তুক ৰাস মহোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা কৰা হয় ।

MORE NEWS