ধুবুৰী ভাগ: বিলাসীপাৰাত চৰকাৰী কাৰ্যালয়ত উৎকোচ লোৱা BDO’ৰ ভিডিঅ ভাইৰাল সামাজিক মাধ্যমত
শতাংশৰ বিষয়কলৈ মাছ বজাৰৰ দৰে দামদৰ খোদ চৰকাৰী বিষয়াৰ। নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত ভয়ংকৰ ঘটনা। কাৰ্যালয়টোৰ খোদ BDO নজমুল হক আৰু একাউণ্টন্টেন আৰ্চুদ বৰ্মণে বহাইছে কমিচনৰ বজাৰ। প্ৰতিটো চৰকাৰী আঁচনিৰ কামৰ ৰূপায়নৰ নামত একাউণ্টন্টেন আৰ্চুদ বৰ্মণক লাগে ২ শতাংশ আৰু BDO নজমুল হকক লাগে ৩ শতাংশ টকা উৎকোচ।