ধুবুৰী চহৰ স্থিত পাব্লিক বাছ আস্থানত বাছ চালক সংস্থাৰ সৈতে এটা বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত ধুবুৰী পৌৰসভাৰ পৌৰপতি ড° দেময় সান্যালৰ উপস্থিতত বাছ চালক সংস্থাৰ সৈতে বৰ্তমান চলি থকা কাম কাজ সন্দৰ্ভত আলোচনা কৰা হয়। আৰু দিনক দিনক দিনে পাব্লিক বাছ আস্থানৰ কাম দ্ৰুতগতিত চলি আছে বুলিও উল্লেখ কৰে । উক্ত বৈঠকত বাছ সংস্থাৰ কৰ্মী সকল উপস্থিত থাকে।