দেৰগাঁও: যোৰহাটত হওঁক নয়নৰ মণি জুবিন দাৰ সমাধি,দেৰগাঁৱত চৰকাৰলৈ বিশেষ আহ্বান কণ্ঠশিল্পি কুসুম কৈলাসৰ
যোৰহাটত হওঁক নয়নৰ মণি জুবিন দাৰ সমাধি।দেৰগাঁৱত চৰকাৰলৈ আহ্বান কণ্ঠশিল্পি কুসুম কৈলাসৰ। সোমবাৰে দিনৰ প্ৰায় ২ বজাত দেৰগাঁৱত উপস্থিত কণ্ঠশিল্পী কুসুম কৈলাশ ৷ কুসুম কৈলাসে সংবাদ মাধ্যমৰ জৰিয়তে পৰিয়াল তথা চৰকাৰলৈ এক বিশেষ আহ্বান l যোৰহাটত হওঁক আমাৰ সকলোৰে আপোন মানুহ জুবিন দাৰ সমাধি। যোৰহাটত বহু স্মৃতি জৰিত হৈ আছে তেওঁৰ লগত l সেই স্মৃতি,সেই আপোন মানুহ বোৰৰ পৰা দূৰ নকৰিব জুবিন দাক বুলি আহ্বান কণ্ঠশিল্পি কুসুম কৈলাসৰ।