ধুবুৰী ভাগ: ধুবুৰী প্ৰেছ ইউনাইটেডৰ উদ্যোগত ধুবুৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন, জুবিন গাৰ্গৰ স্মৃতিত সকলোৱে গালে মায়াবিনী গীত
ধুবুৰী প্ৰেছ ইউনাইটেডৰ উদ্যোগত ধুবুৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। দেওবাৰে নিশা প্রায় ন মান বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলোৱে গালে মায়াবিনী গীত ।সমগ্ৰ দেশৰ লগতে ধুবুৰীতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।নেতাই ধুবুনী প্ৰেছ ক্লাব, জাৰ্ণালিষ্ট এছোচিয়েছন আৰু বাৰ্তাজিৱী সংঘ তিনিটা প্ৰেছ ক্লাব মিলি ধুবুৰী প্ৰেছ ইউনাইটেড নামেৰে ধুবুৰীত কেন্দ্ৰীয়ভাবে ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উৎযাপন কৰা হ