Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

বৰমা ভাগ: বৰপেটাৰোডৰ কলহভাঙাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দাউদাউকৈ জ্বলিল এখন বুলেট মটৰ চাইকেল

India | Sep 17, 2025
বৰপেটাৰোডৰ কলহভাঙাত অঘটন। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দাউদাউকৈ জ্বলিল এখন বুলেট মটৰ চাইকেল। KL 33 H 4522 নম্বৰৰ বুলেটখন জ্বলি ভস্মীভূত । বুলেটখনৰ গৰাকীৰ নাম আশ্বিক আব্ৰাহাম ।আশ্বিক আব্ৰাহামৰ ঘৰ কেৰালাত। MRF টায়াৰ ক'ম্পেনীৰ মাৰ্কেটিঙৰ দায়িত্বত বৰপেটাৰোডত আছিল যুৱকজন । যুৱকজনে বুলেট মটৰ চাইকেলখন লৈ কৰ্তব্যলৈ গৈ থকা অৱস্থাত ব্ৰেক মৰাৰ পিচতে বুলেটখন পথৰ ওপৰত পৰি যায়। আৰু ইয়াৰ পিছতে বুলেটখন দাউদাউকৈ জ্বলি উঠে।

MORE NEWS