Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
कांग्रेस
बीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
महिला
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
स्कूल

গোৰেশ্বৰ ভাগ: নাওকাটাত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে

Goreswar Part, Baksa | Aug 11, 2025
দেওবাৰে দিনৰ ১২ মান বজাত তামুলপুৰ জিলাৰ নাওকাটাত মিনি ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়।ষ্টেডিয়ামৰ শুভাৰম্ভনি কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।অনুষ্ঠানত বিধায়ক জলেন দৈমাৰী বিটিআৰৰ পাৰিষদ চম্পাৱতী ডেকাকে ধৰি বহুলোক উপস্থিত থাকে।

MORE NEWS