ধুবুৰী ভাগ: গোলকগঞ্জত জিলা বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত
আজি ভাৰতীয় জনতা পাৰ্টি, ধুবুৰী জিলাৰ উদ্যোগত গোলোকগঞ্জ বিধান সভাত এটা সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাত অসম প্ৰদেশৰ সাধাৰণ সম্পাদক শ্ৰী অনুপ বৰ্মন ডাঙৰীয়া, ধুবুৰী জিলাৰ সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়া, অসম প্ৰদেশৰ, মিডিয়া প্যানেলিস্ট বিশ্বজিৎ ৰায় ডাঙৰীয়া, গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰী অস্বিনী ৰায় চৰকাৰ আৰু অনুষ্ঠানত বহু জ্যেষ্ঠ, নিষ্ঠ