Public App Logo
Jansamasya
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
No video available

সাপেখাতী: শিমলুতলত চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান, ৫০ লিটাৰ পাচ নষ্ট, এটা ভাটী ধ্বংস

Sapekhati, Charaideo | Feb 13, 2024
মঙলবাৰে সন্ধিয়া ৬ বজাত চুলাই মদৰ বিৰুদ্ধে শিমলুতলত আবকাৰী বিভাগে অভিযান চলায়। অভিযানকাৰী আবকাৰী দলে এটা চুলাই ভাটী ধ্বংস কৰাৰ লগতে প্ৰায় ৫০ লিটাৰ চুলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে।

MORE NEWS