Public App Logo
Jansamasya
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
No video available

সাপেখাতী: সাপেখাতীত এছু'ৰ উদ্যোগত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত চাওঁতাল ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মূখ্য সম্পাদক প্ৰবীন টুডু

Sapekhati, Charaideo | Feb 12, 2024
সোমবাৰে আবেলি ৩-৩০বজাত সাপেখাতীত সদৌ চাওঁতাল ছাত্র সন্থা চমুকৈ এছু,চৰাইদেউ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত এছুৰ কেন্দ্ৰীয় সমিতিৰ মূখ্য সাংগঠনিক সম্পাদক প্ৰবীন টুডু, মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ মূখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰম,এছু চৰাইদেউ জিলা সমিতিৰ সম্পাদক জান মাৰ্ডি প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে।