সাপেখাতী: মিছাজানত জেলেংটলা আতু মাঝি থানৰ প্ৰাঙ্গণত ৰাজহুৱা সভাত এছু চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক দীপক মাৰ্ডি
দেওবাৰে ১-৩০বজাত মিছাজানত জেলেংটলা আতু মাঝি থানৰ প্ৰাঙ্গণত প্ৰমোদ বাস্কেৰ পৌৰোহিত্বত অনুষ্ঠিত সভা খন আঁত ধৰে দেবেন মূৰ্মুৰে।সভাত এছু বৰহাট আঞ্চলিক সমিতিৰ সম্পাদখ যতীন মূৰ্মুৰ,এছু,চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক দীপক মাৰ্ডি প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে।,সভাত সাম্প্ৰতিক সময়ত চাওঁতালী জনগোষ্ঠীৰ ভাষা,সাহিত্য, সংস্কৃতি চৰ্চাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা কৰাৰ লগতে বাহা সন্মিলনৰ সন্দৰ্ভত আলোচনা কৰা হয়।