সাপেখাতী: বৰহাট বাগিচাত আছাৰ গুৰুত্বপুৰ্ণ সভা সম্পন্ন, সভাত আছাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি জিতেন গড়
দেওবাৰে আবেলি চাৰি বজাত বৰহাট চাহ বাগিচাত আদিবাসী ছাত্র সন্থা,চমুকৈ আছাৰ চৰাইদেউ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি চৰাইদেউ জিলা সমিতিৰ সভাপতি জিতেন গড়ৰ পৌৰোহিত্বত অনুষ্ঠিত সভা খন আঁত ধৰে সম্পাদক ইমেল ধানুৱাৰে।সভাত উপদেষ্টা আনঞ্জুলুচ কেৰকেটাৰ,বৰহাট আঞ্চলিক সমিতিৰ সভাপতি বিনোজ কেছ প্ৰমুখ্যে জিলা সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।