নলবাৰী জিলা প্রশাসনৰ তৰফৰ পৰা ফটকা ফুটোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী সম্পৰ্কে বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনি মান বজাত জনসাধাৰণলৈ এক বিজ্ঞপ্তি।সাৰ্বজনীন সুৰক্ষা সুনিশ্চিত কৰা আৰু শান্তি-শৃংখলা অটুট ৰাখিবলৈ, অতি উচ্চ শব্দ উৎপন্ন কৰা ফটকা/বোমা যাৰ শব্দস্তৰ ৪ মিটাৰ দূৰত ১২৫ dB(AI) বা ১৪৫ dB(Cp)pk অতিক্ৰম কৰে, তেনেকুৱা ফটকা ফুটোৱা আৰু উচ্চ শব্দত সংগীত বা ধ্বনি প্ৰচাৰ কৰা নলবাৰী জিলাৰ ভিতৰত ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ল। এই আদেশ আগন্তুক কালী পূজা, দীপাৱলী