সাপেখাতী: সাপেখাতীত ৰাজহুৱা সভা সম্পন্ন, সভাত চাওঁতাল মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক স্বপন হেমৰম
সাপেখাতী আটাল পথাৰ গাওঁত চাওঁতাল জনগোষ্ঠীৰ এখন ৰাজহুৱা সভা আবেলি ৪বজাত অনুষ্ঠিত হয়।এই উপলক্ষে লাচিত টুডুৰ পৌৰোহিত্বত অনুষ্ঠিত সভাত চাওঁতাল মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ মূখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰমৰ প্ৰমুখ্যে এছু বিষয়ববীয়া,মাঝিমণ্ডলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।সভাত চাওঁতাল জনগোষ্ঠীৰ ভাষা,সাহিত্য, সংস্কৃতিৰ ওপৰত আলোচনা কৰা হয়।