দতিয়া উপ-নিৰ্বাচনত Congressৰ অগ্ৰগতি, ‘Melody’ৰে উদযাপন!
মধ্যপ্ৰদেশৰ দতিয়া বিধানসভা উপ-নিৰ্বাচনত BJPতকৈ ১২,২২১ ভোটত আগবাঢ়ি Congress প্ৰাৰ্থী ঘনশ্যাম সিং।
অগ্ৰগতিৰ খবৰ অহাৰ লগে লগে ভূপালত ‘Melody’ টফী বিলাই, ফটকা ফুটাই আগতীয়া উদযাপন Congress কৰ্মীৰ।
#NewzNow #ByElection #Datia #Congress #GhanshyamSingh #MadhyaPradesh #ElectionResults
Assam, India | Aug 3, 2026