Public App Logo
Jansamasya
कांग्रेस
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Madhya_pradesh
Ipl
Rahulgandhi
Haryana
Cricket
शादी
Crimenews
Kolkata
Aap
Rss
Bareilly
Agra
Politics
जेल
Mumbai
Jodhpur
Amitshah

ধুবুৰী ভাগ: হাওৰাৰপাৰত ৰাইজৰ সৈতে মত বিনিময় যুৱ নেতা তথা কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী আবেদুৰ জামান জুৱেলৰ

Dhubri Part, Dhubri | Nov 28, 2025
সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ প্ৰতিগৰাকী আশাবাদী প্ৰাৰ্থীৰ লগতে ধুবুৰী সমষ্টিৰ বিভিন্ন অঞ্চলত নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে কংগ্ৰেছৰ যুৱ নেতা আবেদুৰ জামান জুৱেলে । ধুবুৰী সমষ্টিৰ প্ৰতিটো অঞ্চলৰ লগতে ধুবুৰী সমষ্টিৰ হাওৰাৰপাৰ অঞ্চলত সমাগত ২০২৬’ৰ নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে ৰাজ্যিক কংগ্ৰেছৰ সম্পাদক আবেদুৰ জামান জুৱেলৰ ।