📌মাৰোৱাৰীপট্টিৰ ব্যৱসায়ীৰ বিৰুদ্ধে একশ্যন আৰম্ভ প্ৰশাসনৰ
📌নিশা ৯ বজাৰ পাছতে ট্ৰাকৰ পৰা কৰিব পাৰিব লোডিং-আনলোডিং
📌মাৰোৱাৰীপট্টিৰ একাংশ ব্যৱসায়ীয়ে কদৰ্যময় কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ
📌পদপথৰ ৰেলিং ভাঙি বিধ্বস্ত কৰিছে ৰাজহুৱা সম্পদ
Dibrugarh East, Dibrugarh | Jun 9, 2026