ধুবুৰী ভাগ: গৌৰীপুৰত বহিঃৰাজ্যৰ উঠৰ বৃহত ছেণ্ডিকেট,
উঠ ছেণ্ডিকেটৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ গৌৰীপুৰ আৰক্ষীৰ
গৌৰীপুৰ আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে উট ছেণ্ডিকেটৰ ভয়ংকৰ তথ্য। ঘটনা সন্দৰ্ভত গৌৰীপুৰ থানাত 423/25 নম্বৰত গোচৰ ৰুজু। বহিঃৰাজ্য তথা ৰাজস্থানৰ পৰা ধুবুৰী হৈ বাংলাদেশ লৈ চোৰাং কৈ উট সৰবৰাহৰ সন্দেহ কৰা হৈছে। বিভাগীয় নীতি নিয়ম উলংঘাৰে চলিছে এই কলা কাৰবাৰ।