ছয়গাঁও: ছয়গাঁৱত ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি
ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বিশ্বৰ মানৱতাবাদী আন্দোলনৰ ইতিহাসত এক উজ্জ্বল জ্যোতিষ্ক হিচাপে জিলিকি আছে । তেওঁ কেৱল এজন শ্রেষ্ঠ গায়ক, গীতিকাৰ বা সুৰকাৰেই নহয়, তেওঁ আছিল মানৱতাৰ উদাত্ত কণ্ঠ । তেওঁৰ সৃষ্টিৰাজিৰ মূল আধাৰ আছিল গভীৰ মানৱতাবাদ।