Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

গুৱাহাটী: ভঙাগড়স্থিত GMCH চৌহদত নাহৰফুটুকীয়ে কুকুৰ ভক্ষণ কৰি মুক্তমনে বিচৰণ কৰাৰ দৃশ্য আবদ্ধ হৈছে কেমেৰাত

গুৱাহাটীৰ ভঙাগড়স্থিত GMCH চৌহদত নাহৰফুটুকীৰ মুক্ত বিচৰণ। নিশা নাহৰফুটুকীয়ে কুকুৰ ভক্ষণ কৰা প্ৰত্যক্ষ কৰে একাংশ লোকে। তাৰপাছতে খবৰ দিয়া হয় বন বিভাগ আৰু স্থানীয় আৰক্ষীক। সম্প্ৰতি নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰাৰ বাবে বনবিভাগে ব্যবস্থা গ্রহণ কৰিছে। কিন্তু নাহৰফুটুকীৰ মুক্ত বিচৰণৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে।