মাৰ্ঘেৰিটা: টিংৰাইত প্ৰধান মন্ত্ৰীৰ জন্ম দিনৰ লগত সংগতি ৰাখি "সেৱা পোষক" কাৰ্য্যসূচীৰ কৰ্মশালা অনুষ্ঠিত
দেওবাৰে বিয়লি প্ৰায় ৩ বজাত টিংৰাই মণ্ডলৰ কায্যালয়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি "সেৱা পোষক" কাৰ্য্যসূচীৰ এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়।সভাত উপস্থিত থাকে বিজেপি জিলা উপ সভাপতি , টিংৰাই মণ্ডল প্ৰভাৰী ধৰ্মেন্দ বৰুৱাৰ লগতে ৰাজ্যিক বিষয় ববীয়া,জিলাৰ বিষয়ববীয়া,পঞ্চায়তৰ প্ৰতিনিধিৰ সকল,বুথ সভানেত্ৰীৰ সভাপতিসকল উপস্থিত থাকে ।