শিৱসাগৰ: মুছলমান মহিলাক লৈ অশালীন মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে উজনি অসম থলুৱা মুছলিম পৰিষদে দাখিল কৰে এজাহাৰ সদৰ থানাত
মুছলমান মহিলাক লৈ অশালীন মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে উজনি অসম থলুৱা মুছলিম পৰিষদে দাখিল কৰে এজাহাৰ সদৰ থানাত । শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে উজনি অসম থলুৱা মুছলিম পৰিষদৰ কেন্দ্ৰীয় সভাপতি ফৰিদ ইছলাম হাজৰিকাৰ লগতে এটা দলে সোমবাৰৰ দিনা সন্ধিয়া । তিনি দিনৰ ভিতৰত উক্ত ব্যক্তি জনক গ্ৰেপ্তাৰ কৰাৰ দাবী সংখ্যালঘু সংগঠনটোৰ ।