তিতাবৰ: পাঞ্জাৱ নেছনেল বেঙ্কৰ তিতাবৰ কাৰ্যালয়ত সংঘটিত ভয়ংকৰ কাণ্ড ,এটা একাউণ্ট নম্বৰৰ বিপৰীতে দুগৰাকীকৈ গ্ৰাহক, আছে দুখন পাছবুক
পাঞ্জাৱ নেছনেল বেঙ্কৰ তিতাবৰ স্থিত কাৰ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড । এটা একাউণ্ট নম্বৰৰ বিপৰীতে ওলাইছে দুগৰাকীকৈ গ্ৰাহক । আছে দুখনকৈ পাছবুক। একেটা নম্বৰতে দুগৰাকী গ্ৰাহক হোৱাৰ ফলত ধন কোনে জমা কৰিছে আৰু কোনে উলিয়াই নিছে ইয়াক লৈ হিচাপ নোহোৱা পৰিবেশৰ সৃষ্টি হৈছে।মহিলা দুই গৰাকীৰ নাম হৈছে মংগলী চাওৰা। মহিলা দুগৰাকীৰ নাম একেটাই যদিও নিজা নিজা পান কাৰ্ড আধাৰ ।