ধুবুৰী ভাগ: জুবিন গাৰ্গৰ দেহবসানক লৈ শোকাকুল পৰিবেশ অসমত,ধুবুৰী চহৰত দোকান প্ৰতিষ্ঠান খোলাক লৈ প্ৰতিক্ৰিয়া আছুৰ
ধুবুৰীৰ কিছু ৰাইজৰ বক্তব্য যে ধুবুৰীত আজি বন্ধ হ'ব লাগিছিলে । দোকান পোহাৰ সমূহ বন্ধ ৰাখিব লাগিছিলে । কিন্তু সেয়া হোৱা নাই ।আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ কিছূ সদস্যই ধুবুৰী চহৰৰ শ্বপিং মল, দোকান সমূহক বন্ধ কৰিবলৈ অনুৰোধ জনোৱা দেখা গৈছে ।