সোণাৰি: মাহমৰা সমষ্টি দিচাংপানীত কংগ্ৰেছ দলৰ লাকুৱা ব্লক আৰু মাহমৰা ব্লক কংগ্ৰেছৰ সাংগঠনিক সভাত উপস্থিত বিৰুধী দলৰ দলপতি ৷
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি দিচাংপানীত কংগ্ৰেছ দলৰ লাকুৱা ব্লক আৰু মাহমৰা ব্লক কংগ্ৰেছৰ এখনি সাংগঠনিক সভা অনুস্থিত হয় মাহমৰা ব্লক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈৰ সভাপতিত্বত অনুস্থিত হয় সভা খন। উক্ত সভাত উপস্থিত থাকে বিৰুধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে উপস্থিত থাকে অসম প্রদেশ কংগ্রেছ কমিতিৰ সাধাৰণ সম্পাদক উৎপল গগৈ উপস্থিত থাকে।