সোণাৰি: চৰাইদেউ জিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সোণাৰিত ক্ৰিকেট খেলত অংশ লৈ প্ৰথমটো বলতে আউট হʼল সাংসদ গৌৰৱ গগৈ
যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰি চৰাইদেউ জিলালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি দেওবাৰে হঠাৎ সোণাৰিত ক্ৰিকেট খেলি থকা দেখি বেট ধৰিবলৈ গৈ প্ৰথমটো বলতে আউট হʼল সাংসদ গৌৰৱ গগৈ। এই দৃশ্যই এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।