বৰমা ভাগ: বৰপেটাৰোডৰ দুৰ্গাবাড়ী কালীবাৰিত অষ্টকালীন লীলা ৩৯ তম বার্ষিক দামোদৰ ব্ৰত উৎসৱ উদযাপন
৩২দিন ব্যাপী চলা নাম কীৰ্তনৰ অন্তত শনিবাৰে বৰপেটাৰোড দুৰ্গাবাড়ী কালীবাৰিৰ অষ্টকালীন লীলা কীৰ্তনত অংশগ্ৰহণ কৰে পশ্চিমবঙ্গৰ জনপ্ৰিয় কীৰ্তন গীত, পালা কীৰ্তন আৰু তত্ত্ব কাহিনীৰ পৰিৱেশক প্ৰদীপ পাল ৷ বৰপেটাৰোডৰ ভিন্ন প্ৰান্তৰ প্ৰায় দহ সহস্ৰাধিক ভক্তই লীলা কীৰ্তনত অংশগ্ৰহণ কৰে।বৰপেটাৰোড দুৰ্গাবাড়ী কাকালীবাৰি প্ৰাংগণত অনুষ্ঠিত হোৱা অনুষ্ঠানত পশ্চিমবঙ্গৰ জনপ্ৰিয় কীৰ্তন গীত, পালা কীৰ্তন আৰু তত্ত্ব কাহিনীৰ পৰিৱেশক প্ৰদীপ পালৰ অষ্টকালীন লীলা কীৰ্তন তত্ত্ব কাহিনী পৰিৱেশন কৰে।