দুধনৈ: দুধনৈ জনমন্দিৰ প্ৰেক্ষাগৃহত সন্মিলিত শিল্পী সমাজে অসমৰ হিয়াৰ আমঠু সংগীতৰ মহীৰুহ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়
দুধনৈ জনমন্দিৰ প্ৰেক্ষাগৃহত সন্মিলিত শিল্পী সমাজে অসমৰ হিয়াৰ আমঠু সংগীতৰ মহীৰুহ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনায় ৷ ৰাভা হাছং এলেকাৰ "সন্মিলিত শিল্পী সমাজে" এক সংগীতৰ অনুষ্ঠানেৰে অসমৰ সংগীত জগতৰ ধ্ৰৱতৰা, মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় ৷ অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিল্পী গোপী ৰাভা আৰু দুধনৈ ভাৰতী সংগীত বিদ্যালয়ৰ অধ্যক্ষ সকুমাৰ ৰায়ে ৷