ধুবুৰী ভাগ: চহৰত প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি,
ভূমিকম্পৰ জোকাৰণিত ধুবুৰীত এজনৰ ঘৰত মেলিছে ফাট
ধুবুৰীৰ ১নং ৱাৰ্ডৰ তেতুল তলাৰ সূদাংশু ৰায়ৰ ঘৰত ফাট মেলিছে। এই ঘটনাৰ পাছতে হাহাঁকাৰ পৰিস্থিতি পৰিয়ালৰ মাজত। বাকী ধুবুৰীৰ কোনো ঠাইত কোনো ধৰনৰ ক্ষয় ক্ষতিৰ তথ্য পোহৰ লৈ অহা নাই। যদিওঁ ৰাজ্যৰ বিভিন্ন স্থানত ক্ষয়ক্ষতি হৈছে এই ভূমিকম্পৰ ফলত ।