শিৱসাগৰ: অসম চুক্তি ৰূপায়নৰ দাবীত শিৱসাগৰত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী
অসম চুক্তি ৰূপায়নৰ দাবীত শিৱসাগৰত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী । ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগে দিয়া প্ৰতিবেদন কাৰ্যকৰী কৰা, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা , অসম চুক্তি ৰূপায়নৰ দ্বাৰা বিদেশী সমস্যা সমাধান কৰাকে আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰে শিৱসাগৰত বিক্ষোভ কাৰ্যসূচী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ ।