সাপেখাতী: কলাকটাত ২২ তম্ কেন্দ্ৰীয় মে-ডাম-মে-ফী উদ্ যাপনৰ বুজ লয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
শুক্ৰবাৰে সন্ধিয়া প্ৰায় পাচঁ বজাত বৰুৱাছালি, সাপেখাতী আৰু পূব অভয়পুৰ তিনিটা মৌজাৰ উদ্যোগত তথা যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক উদ্ যাপন সমিতিৰ সভাপতি হিচালৈ সমিতিৰ নেতৃত্বত অহা ৩০'৩১জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় মে ডাম মে ফী আজি সোণাৰি সমষ্টিৰ জনপ্ৰিয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উদ্ যাপন স্থলীত উপস্থিতহৈ প্ৰস্তুতিৰ বুজ লয়।