ধুবুৰী জিলাৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিত ১ কোটি ৭৭ লাখ টকা ব্যয় সাপেক্ষে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক আৱাসৰ আধাৰশিলা স্থাপন কৰে দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে। আজিৰ এই কাৰ্য্যসূচীত পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক আৱাসৰ আধাৰশি