শিৱসাগৰ: এছ কে পেট্ৰ'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শিৱসাগৰত পেট্ৰোলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ বীৰ লাচিত সেনা অসমৰ
S.K.Petro.ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পেট্ৰোলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ শিৱসাগৰত বীৰ লাচিত সেনা অসমৰ । ভটিয়াপাৰৰ বাৰীৰ চুকত ONGCৰ ৰিগত বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত অঞ্চলটোৰ ক্ষতিগ্ৰস্ত সকলক শীঘ্ৰেই ক্ষতি পূৰণ দিয়াৰ দাবী। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ নেতৃত্বত নগৰৰ মাজমজিয়াৰ কে পি এম চাৰিআলিত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচী।