ধুবুৰী ভাগ: চহৰত এ,এম কো ৰোড় যুৱ সমাজৰ উদ্যোগত জয় জুবিন দা শ্লগানৰে বিশাল শোভাযাত্ৰা
অশ্ৰুশিক্ত নয়নেৰে জুবিনক শ্ৰদ্ধাঞ্জলি ধুবুৰী এ এম কো ৰোড় বাসী ৰাইজৰ ৷ বন্তি প্ৰজ্বলনেৰে প্ৰায় পাচঁ কিলোমিটাৰ পথ অতিক্ৰম কৰি শ্ৰদ্ধাঞ্জলি নিবিদিলে ধুবুৰীৰ জনতাই।মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশনৰে জুবিনক জনালে শ্ৰদ্ধাঞ্জলি। সন্ধিয়া আবাল বৃদ্ধা বনিতাৰ পৰা আৰম্ভ কৰি, আই মাতৃ, ডেকা গাভৰু, কণ কণ শিশু সকলে স্বতস্ফুত ভাবে ওলাই অহা পৰিলক্ষিত হয়।