ওদালগুৰি: পুৰনি গৰৈবাৰীত জিলা যুৱ মৰ্চাৰ নৱ নিযুক্ত সভাপতিক অভিনন্দন জনালে জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰীয়ে
ৰাজ্যিক বিজেপিয়ে ওদালগুৰি জিলা যুৱ মৰ্চাৰ নতুন সভাপতি হিচাপে সমৰ হাজৰিকাক পুনৰ দায়িত্ব প্ৰদান কৰে। ইপিনে পুনৰ জিলাৰ দায়িত্ব লাভ কৰাৰ বাবে ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰীয়ে জিলা যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকাক অভিনন্দন জ্ঞাপন কৰে। আনহাতে নৱ নিযুক্তি জিলা যুৱ মৰ্চাৰ সভাপতি গৰাকীক জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় হাজৰিকাৰ লগতে সম্বৰ্ধনা জনালে দলৰ নেতৃত্বই।