ধুবুৰী ভাগ: গৌৰীপুৰত ৰজাঘৰীয়া মহামায়া পুখুৰীৰ উন্নয়ন আৰু সৌন্দৰ্য্যবৰ্ধন কামত অনিয়ম হোৱাৰ অভিযোগ
ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ ৰজাঘৰীয়া ঐতিহাসিক মহামায়া পুখুৰীটো উন্নয়ন আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাবে ২০২১ চনতে ৯০,০০০০০ লাখ টকা আবন্টন দিছিল। স্থানীয় বিধায়ক নিজাণুৰ ৰাহমানে ২১/০১/২০২১তাৰিখে উক্ত কামৰ আধাৰশিলা স্থাপন কৰি নিৰ্মান কাম আৰম্ভ কৰিছিল যদিও কিছুদিন পুখুৰীটোৰ পাৰৰ কাম কৰি বিগত প্ৰায় তিনি চাৰি বছৰৰ পৰা নিৰ্মান আৰু সৌন্ধৰ্য্যবৰ্ধনৰ কাম বন্ধ ৰখাত ৰাইজৰ মাজত বি