আজি 7 নং গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত সাদুভাষা আঞ্চলিক সমিতিখন প্ৰাক্তন মন্ত্ৰী তথা অগপ কেন্দ্ৰীয সমিতিৰ উপ সভাপতি মোঃ মহিবূল হক আৰু ধুবুৰী জিলা অগপ উপ সভাপতি মোঃ মমতাজুল হক ৰ উপস্থিত ত এখন সবল আৰু শক্তিশালী সমিতি গঠন কৰা হয । আজিৰ সভাত কংগ্ৰেছ, এআইডিইউএফৰ আৰু ৰাইজৰ দল ৰ বহুতো কৰ্মকৰ্তা ই মোঃ মহিবুল হক চাহাব ৰ নেতৃত্বত অগপ দলত যোগদান কৰে।