Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
कांग्रेस
बीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
महिला
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
स्कूल

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিজেপিৰ যোগদান সভাত অৰ্ধশতাধিকৰ বিজেপি দলত যোগদান

Goreswar Part, Baksa | Aug 18, 2025
সোমবাৰে আবেলি ৩ মান বজাত গোৰেশ্বৰৰ উত্তৰ চেউনীত অনুষ্ঠিত হয় বিজেপি দলৰ যোগদান সভা।গোৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমাৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন।সভাত বিপিএফ আৰু ইউপিপিএল দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে অৰ্ধশতাধিক লোকে।সভাত জিলা বিজেপিৰ উপসভাপতি জিনাৰাম বড়ো আৰু এছ টি মৰ্চাৰ জিলা সাধাৰণ সম্পাদক দেৰহাচাৎ নাৰ্জাৰীয়ে উপস্থিত থাকি ভাষণ দিয়ে।

MORE NEWS

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিজেপিৰ যোগদান সভাত অৰ্ধশতাধিকৰ বিজেপি দলত যোগদান - Goreswar Part News