Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

গোৰেশ্বৰ ভাগ: শুক্লাইত কৃষিজ্ঞান কেন্দ্ৰ মুকলি কৰে বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰীয়ে

Goreswar Part, Baksa | Jul 28, 2025
সোমবাৰে দিনৰ ৩ মান বজাত তামুলপুৰ জিলাৰ তথা বিটিআৰৰ শুক্লাই ছেৰফাঙ পৰিষদীয় সমষ্টিৰ শুক্লাইত কৃষিজ্ঞান কেন্দ্ৰ মুকলি কৰে বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰীয়ে।উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলাৰ অতিৰিক্ত আয়ুক্ত দিপাঙ্কৰ নাথ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইডকে ধৰি বহু কেই গৰাকী কৃষি বিষয়া।এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত অঞ্চলটোৰ বহু কৃষকেও অংশ গ্ৰহণ কৰে।

MORE NEWS

গোৰেশ্বৰ ভাগ: শুক্লাইত কৃষিজ্ঞান কেন্দ্ৰ মুকলি কৰে বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰীয়ে - Goreswar Part News