দিছপুৰ: দিছপুৰ থানাৰ পৰা মুকলি কৰি দিয়া হল অভিনেত্ৰী নন্দিনী কাশ্যপৰ বলেৰো বাহন
দিছপুৰ থানাৰ পৰা মুকলি কৰি দিয়া হল অভিনেত্ৰী নন্দিনী কাশ্যপৰ বলেৰো বাহন ।নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত মৃত্যু হৈছিল চামিউল হক।কিছুদিন পূৰ্বে জামিন লাভ কৰিছিল নন্দিনী কাশ্যপে।নন্দিনী কাশ্যপৰ পিতৃয়ে আদালতৰ অনুমতি ক্ৰমে দিছপুৰ থানাৰ পৰা মুকলি কৰি নিলে বাহন খন।