পূব ডিব্ৰুগড়: সুস্থ নাৰী সৱল পৰিয়াল অভিযানৰ শুভাৰম্ভণি, বকপৰাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ‘সুস্থ নাৰী সৱল পৰিয়াল’ অভিযানৰ শুভাৰম্ভ কাৰ্য্যসূচী। আজি বুধবাৰে পুৱা ১১:৩০ বজাত ডিব্ৰুগড়ৰ বকপাৰাৰ আয়ুষ্মান আৰোগ্য মন্দিৰত অনুষ্ঠিত এই কায্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে