📌এইবাৰ যুঁজ হ'ব হিমন্ত বিশ্ব VS SFI !
📌সংবিধানৰ উৰ্ধত নহয় হিমন্ত বিশ্ব শৰ্মা!
📌জেলত যোৱাৰ ভয় আছে হিমন্ত বিশ্ব শৰ্মাৰ আৰু RSS ৰ,SFI ৰ নহয়!
📌হিমন্ত বিশ্ব শৰ্মাক এটা ভাইৰাছ আখ্যা SFI ৰ!
📌মুখ্যমন্ত্ৰীৰ আসনত বহি বাটৰ গুণ্ডা,মাৱালিৰ দৰে ভাষ্য হিমন্ত বিশ্ব শৰ্মাৰ!
📌বাটৰ গুণ্ডা,মাৱালিৰ পৰা কোনো পৃথক নহয় হিমন্ত বিশ্ব শৰ্মা!
📌এইদৰে সংবাদমেলত ক'লে SFI ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰাজদ্বীপ মহন্তই!