মাৰ্ঘেৰিটা: ডিগবৈ ৰামনগৰ নলাত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ
মঙ্গলবাৰে পুৱা প্ৰায় ১১ মান বজাত ডিগবৈ ৰামনগৰ নলাত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হয় । প্লাষ্টিক , লোহ সামগ্ৰী সংগ্ৰহ কৰিবলৈ গৈ নলাৰ জাবৰত আৱদ্ধ হৈ মৃত্যু লোকজনৰ। মৃত লোকজন ডিগবৈ বৰবিল অঞ্চলৰ শ্যাম সুন্দৰ বুলি জানিবলৈ পৰা গৈছে ।প্লাষ্টিকৰ সামগ্ৰী বটল সংগ্ৰহ কৰিবলৈ গৈ মৃত্যু হয় লোকজনৰ ।ঘটনা স্থলীত কাৰ্যবাহী দণ্ডাধীক্ষ উপস্থিত ।