Public App Logo
Jansamasya
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
���िवाद
Trending
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
No video available

মাহমৰা: বিশিষ্ট টাই গৱেষক ড° পুস্প গগৈলৈ ২০২৪ বৰ্ষৰ পণ্ডিত টেঙাই মহন বঁটা,মৰাণহাট ঠাকুৰবাৰীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল

Mahmora, Charaideo | Feb 5, 2024
বিশিষ্ট টাই গৱেষক ড° পুস্প গগৈক প্ৰদান কৰা হ'ব ২০২৪ বৰ্ষৰ পণ্ডিত টেঙাই মহন বঁটা ৷ চৰাইদেউ জিলাৰ মৰাণহাট ঠাকুৰবাৰীত আজি এক সংবাদমেল অনুষ্ঠিত কৰি টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় চন্দন ৰাজকোঁৱৰে ২০২৪ বৰ্ষৰ পণ্ডিত টেঙাই মহন বঁটা ঘোষণা কৰে ৷ উল্লেখ্য ,টাই সংস্কৃতিৰ গৱেষক প্ৰথমগৰাকী অভিধান প্ৰণেতা, বিলাত ফেৰৎ প্ৰথমগৰাকী অসমীয়া পণ্ডিত টেঙাই মহনৰ স্মৃতিত টাইপাই বিগত দুটা বছৰে প্ৰদান কৰি আহিছে এই বঁটা ৷

MORE NEWS